ভাৰতৰ প্ৰথম জিএছটি বিল অনুমোদন কৰা ৰাজ্যখনৰ নাম কি ?Which state is the first implementd GST in India
ভাৰতৰ প্ৰথম GST প্ৰনয়ণ কৰা ৰাজ্যখন হ’ল অসম ৷। ভাৰতত জিএছটি আৰম্ভ কৰা হৈছিল ১ জুলাই ২০১৭ পৰা ৷ অসম বিধানসভাত এই বিল অনুমোদন হৈছিল ১২ আগষ্ট ২০১৬ তাৰিখে ৷
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন